June 28, 2024 1:29 PM

হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি

ঝাৰখণ্ডৰ ৰাঁছীৰ এখন বিশেষ ক’লাধন বৈধকৰণ প্ৰতিৰোধী আদালতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি কৰিছে। হেমন্ত চোৰেন আৰু অন্য ১১ জন অভিযুক্ত...