August 20, 2024 12:02 PM
দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত পৰৱৰ্তী চাৰিদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰিটা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। দক্ষিণ ভাৰততো কাইলৈপৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব বুলি অনুমান কৰা...