October 9, 2024 5:46 PM

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক...

October 7, 2024 11:13 AM

হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন

● হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে, ২২ খন জিলাৰ সদৰসমূহত এই কেন্দ্ৰসমূহ স্থাপন কৰা...

October 7, 2024 11:08 AM

কাইলৈ হাৰিয়ানা, জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

হাৰিয়ানা তথা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই উপলক্ষে প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ৯০ খন আসনৰ বাব...

October 6, 2024 8:35 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ৬৬.৯৬ শতাংশ ভোটগ্রহণ

নির্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তথ্য অনুসৰি হাৰিয়ানাত ৬৬.৯৬ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ফতেহাবাদ জিলাত সৰ্বাধিক ৭৪.৫১ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ বিপৰীতে ফৰিদাবাদ জি...

October 6, 2024 11:32 AM

হাৰিয়ানা বিধানসভাৰ ৬৭ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত

হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে কালি অনুষ্ঠিত নির্বাচনত প্রায় ৬৭ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। এটা পৰ্যায়ত অনুষ্ঠিত এই ভোটগ্রহণ যথেষ্ট শান্তিপূর্ণ আছিল। সকলো বয়সৰ ভোটদা...

October 5, 2024 1:17 PM

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ন...

October 5, 2024 9:43 AM

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এ...

October 4, 2024 2:53 PM

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী ম...

September 14, 2024 2:43 PM

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এ...

September 12, 2024 6:14 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীৰ ষষ্ঠখন তালিকা ঘোষণা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে। এই তালিকাখনত ১৯ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। দলে প্ৰেম গাৰ্গক পঞ্চকুলা আসনখনৰ বাবে প্রার্থিত্ব প্...