ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 9:20 PM

গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫জন ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

পেলেষ্টাইনী গোট হামাছে গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫ জন ইজৰাইলী পনবন্দীক মুকলি কৰি দিছে। ইয়াৰে ভিতৰত ৰাফাহত দুজন আৰু নুছেৰতত তিনিজন পনবন্দীক মুকলি কৰি দিয়া হৈছে। সংবাদ মাধ্যমৰ ব...