March 21, 2025 10:24 AM
ইজৰাইলৰ টেল আভিভ চহৰত হামাছৰ ৰকেট নিক্ষেপ
ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথম প্ৰত্যাক্ৰমণৰূপে হামাছে টেল আভিভ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি এটা ৰকেট প্ৰতিহত হোৱাৰ বিপৰীত...