February 22, 2025 7:05 PM
হাইলাকান্দিত বিদ্যালয়সমূহত যোগান ধৰা ইউনিফর্মৰ বিশেষ পৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ ব্যৱস্থা গ্ৰহণ
ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ত যোগান ধৰা ইউনিফৰ্মৰ বিশেষ পৰীক্ষণ আৰম্ভ হৈছে। হাইলাকান্দি জিলাতো আজিৰে পৰা ইউনিফর্ম যোগান প্রক্রিয়া দুর্নীতিমুক্ত কৰাৰ বাবে শিক্ষা বিভাগে বিশেষ পৰীক্...