ডাউনলোড
মোবাইল এপ

android apple
signal

May 11, 2024 5:43 PM

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশী...

May 9, 2024 8:05 PM

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হ...

May 9, 2024 6:46 PM

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰ...

May 8, 2024 6:22 PM

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা তৃতীয় দিনৰ বাবেও বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি তৃতীয় দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰী ঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত অ...

May 7, 2024 12:22 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে আজি দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আম...

May 4, 2024 12:39 PM

প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ দেহাৱসান

গুৱাহাটীৰ এখন চিকিৎসালয়ত কালি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ মৃতদেহ কাৰ্বি আংলঙত থকা তেওঁৰ বাসগৃহলৈ নিয়া হৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ৰং...

May 3, 2024 11:50 AM

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথা...

May 2, 2024 11:39 AM

ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা

◊ ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা আগবঢ়োৱা হৈছে। ড° বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্...

April 17, 2024 11:26 AM

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ

নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে' ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'ব...

April 5, 2024 8:02 PM

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

♦গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্য...