December 16, 2024 12:36 PM
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, পুৱা-নিশা ডাঠ কুঁৱলীৰ সম্ভাৱনা
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ৰাজ্যত পুহ মাহ আৰম্ভ হ'ব। সেয়েহে গুৱাহাটীত কালি তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হয়। অহা কেইদিনত এই ত...