March 27, 2025 8:08 PM
গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ যোগদলত সংঘটিত পথ দুৰ্ঘটনাত ৩জন যুৱকৰ মৃত্যু
গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ যোগদলত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ মৃত্যু হয়। নিহত যুৱককেইজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মুস্তাক আহমেদ, ছাকিল আহমেদ আৰু ছৰিফুল ইছলাম বুলি ...