March 20, 2025 8:26 PM
অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা ৩ জন লোকক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ
গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা এটা দুষ্টচক্ৰৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে প্ৰথমে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ ...