April 8, 2025 8:57 PM
ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ৩জন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় সংৰক্ষণ
ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তিনিজন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে। দীর্ঘসময় ধৰি চলা শুনানিৰ অন্তত উচ্চ ন...