April 9, 2025 7:59 PM
কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি
চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য য...