April 8, 2025 8:32 PM
মহানগৰীৰ চানমাৰি আৰক্ষীৰ অভিযানত ৯জন চোৰ গ্ৰেপ্তাৰ
মহানগৰীৰ চানমাৰি আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলাই ৯ জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটীৰ মাছখোৱা আৰু পাণ্ডুত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণ চুৰি সামগ্রীও উদ্ধাৰ কৰিছে...