March 1, 2025 8:50 PM
দেশত ফেব্ৰুৱাৰীত জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি
দেশত ফেব্ৰুৱাৰী মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি পাই ১ লাখ ৮৪ কোটি টকা হয়। এই সময়ছোৱাত ৩৫,২০৪ কোটি টকাৰ কেন্দ্রীয় জি এছ টি, ৪৩,৭০৪ কোট...