February 5, 2025 7:54 PM
ছিকিমৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক গ্রীণ স্কুল ৰেটিং লাভ কৰা শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত
ছিকিমৰ নামচিৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গ্রীণ স্কুল ৰেটিং লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত কালি বিজ্ঞান আৰু পৰ...