July 14, 2024 1:15 PM

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ...