March 26, 2025 8:10 PM
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ জামিন মঞ্জুৰ
গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আ...