February 13, 2025 8:52 PM
অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই ক...