November 27, 2024 8:57 PM
ৰে’লগাড়ীৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাইঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
চৰকাৰে ৰে’লগাড়ীসমূহৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাই বুলি প্ৰকাশ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ...