March 16, 2025 7:14 PM
যোদ্ধাৰ উদ্যোগত খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত
গোলাঘাট জিলাৰ সামাজিক বেচৰকাৰী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত আজি খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত হয়। ৰাজ্যত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বি...