February 21, 2025 6:52 PM
ঐতিহাসিক উপদ বিলক আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা
গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক উপদ বিলক অন্যতম আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে লোক নিৰ্মাণ বি...