September 5, 2024 12:17 PM
অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫
কেন্দ্ৰীয় বস্ত্রমন্ত্রী গিৰিৰাজ সিঙে কৈছে যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ ৩৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। কালি নতুন দিল্লীত ভাৰত টেক্স ২০২৫ৰ উন্মোচন অনুষ্...