February 23, 2025 7:59 PM
মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন সোমবাৰে নতুন দিল্লীত
শান্তি ৰক্ষাত মহিলা গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্...