April 5, 2024 8:54 PM

জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ

◊ ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেন্থিলকুমাৰে কালি হেমবার্গত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ অষ...