October 24, 2024 1:00 PM

তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জাৰ্মানীৰ চেন্সেলৰ অ’লাফ ছোল্‌জ

জাৰ্মানীৰ চেন্সেলৰ অ'লাফ ছোল্‌জ সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰত পাবহি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চেন্সেলৰ ছোল্‌জে কাইল...