October 1, 2024 2:40 PM
ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছেঃ উপেন্দ্ৰ দ্বিবেদী
সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বার্তালা...