December 17, 2024 11:42 AM
হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ জাৰি
পথ দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ পলায়ন কৰা অৰ্থাৎ হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১০৬-২ নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্...