February 18, 2025 7:53 PM
ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ কৰে। সামাজিক মাধ্যমত অশোভনীয় মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই আছিছৰ লগতে আন কেইবা...