October 28, 2024 11:37 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূজ-নালীয়া ৰে’লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ অমৰেলিৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভূজ-নালীয়া ৰে'লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয...