September 22, 2024 8:17 PM

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ কয়লাখনিত সংঘটিত গেছ বিস্ফোৰণত প্ৰায় ৫১জন লোক নিহত

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ এটা কয়লাখনিত কালি হোৱা গেছ বিস্ফোৰণ ঘটনাত প্ৰায় ৫১জন লোক নিহত হয়। ৰাজ্যখনৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা প্ৰায...