February 14, 2025 8:08 PM
গণেশগুৰিৰ কালি মন্দিৰৰ সমীপত পদপথৰ ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ এজন যুৱকৰ
গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেঁতুৰ পাৰ্শ্বৱৰ্তী কালি মন্দিৰৰ নিচেই সমীপতে আজি এজন যুৱকে পদপথৰ এগৰাকী ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ কৰে। আক্ৰমণকাৰী যুৱকজন পদপথৰ ব্যৱসায়ীক ফুল পুলিৰ যোগান ধ...