March 9, 2025 11:22 AM
গাজাৰ পুনৰ নিৰ্মাণত আৰবৰ পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনৰ সমর্থন
গাজাৰ পুনৰ নিৰ্মাণৰ বাবে আৰবে আগবঢ়োৱা পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনে সমর্থন জনাইছে। ৫৩ বিলিয়ন মার্কিন ডলাৰৰ এই পৰিকল্পলাৰ জৰিয়তে গাজাত পেলেষ্টাইন নাগৰিকসকল...