March 22, 2025 8:57 PM
অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭টা ৱেবছাইট বন্ধ সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ৰ
সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭ টা ৱেবছাইট বন্ধ কৰিছে। সঞ্চালকালয়ে বিদেশৰ পৰা পৰিচালিত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধ...