May 26, 2024 8:27 PM
দিল্লীৰ এখন শিশু চিকিৎসালয়ত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে মুখ্য সচিবক উপ ৰাজ্যপাল ভি কে ছাক্সেনাৰ নিৰ্দেশ
দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ এখন শিশু চিকিৎসালয়ত হোৱা শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ মুখ্য সচিবক নিৰ্দেশ দিছে। শ্ৰীছাক্সেনাই দিল্লীৰ আৰক্ষী ...