June 15, 2024 9:33 PM
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা ভুৱা ৱেবছাইট চিনাক্ত চৰকাৰৰ
চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা এটা ভুৱা ৱেবছাইট চিনাক্ত কৰিছে। এই ৱেবছাইটোৰ জৰিয়তে চৰকাৰী চাকৰি প্ৰদানৰ দাবী কৰা হৈছিল আৰু পঞ্জীয়ন মাচুল হিচা...