April 24, 2024 8:47 PM
ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়...