July 11, 2024 12:40 PM

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডটমণ্ডত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে নেডাৰলেণ্ডছক ২-১ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৰ হৈ অংল...