March 24, 2025 9:08 PM
চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত
চৰকাৰে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ আজি জাৰি কৰা বিশেষ তথ্য অনুসৰি কৰ্...