August 18, 2024 12:15 PM
ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত
ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ ম...