June 15, 2024 2:41 PM

আজিৰে পৰা অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ

অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অনুষ্ঠিত হ'ব। মহানগৰখনৰ পেড্ডাৰ ৰোডত থকা ফিল্ম ডিভিজনৰ চৌহদত বিয়লি ৪ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ ভন্নি প্ৰান্ত...