May 3, 2024 11:27 AM

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপ...

May 3, 2024 11:13 AM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।...

May 3, 2024 11:16 AM

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধ...

April 26, 2024 6:57 PM

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসন...

April 25, 2024 11:08 AM

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে নেতাগৰাকীয়ে আজি কন্নৌজ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। দুদিন প...

April 22, 2024 11:31 AM

মালদ্বীপৰ সংসদীয় নিৰ্বাচনত ইতিমধ্যে ঘোষণা হোৱা ৮৬খন আসনৰ ভিতৰত পিএনচিৰ ৬৬খন আসনত জয়লাভ

মালদ্বীপত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ শাসনাধিষ্ঠিত দল পিপলছ নেচনেল কংগ্রেছ (পি এন চি)য়ে কালি হৈ যোৱা সংসদীয় নিৰ্বাচনত ব্যাপক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। মালদ্বীপৰ নিৰ্বাচন আয়...

April 12, 2024 4:27 PM

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ...

April 11, 2024 8:22 PM

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহ...

April 11, 2024 7:24 PM

কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অধিসূচনা জাৰি

অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত...

April 9, 2024 1:04 PM

ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰ...