July 10, 2024 11:57 AM

দেশৰ ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ হামিৰপুৰ, নালাগড়, উত্তৰাখণ্ডৰ আমৰৱাৰ...

June 27, 2024 6:47 PM

নাগালেণ্ডত অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান

নাগালেণ্ডত কালি অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান হয়। ৰাজ্যখনৰ তিনিখন পৌৰসভা আৰু ২১ খন জিলা পৰিষদৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। ২০ বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত...

June 5, 2024 11:57 AM

ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ

বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত বিজু জনতা দলে ৫১খন আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ১৪ খন আৰু চি পি আই এমে এখন আস...

June 1, 2024 7:50 PM

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নির্বাচনী সমীক্ষা প্রকাশ

আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্রতিষ্ঠানটোৱে কেবালাৰ কংগ্ৰেছ মিত্রজোটে ১৪ খন, ব...

June 1, 2024 1:57 PM

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণ...

May 28, 2024 7:51 PM

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'...

May 13, 2024 10:55 AM

কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় : ৰাহুল গান্ধী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে, কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰি শ্রীগা...

May 6, 2024 12:02 PM

চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত ...

May 3, 2024 12:20 PM

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক ল...

May 3, 2024 12:04 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।...