April 9, 2024 5:59 PM
দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ১,২১০ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
নির্বাচন আয়োগে কৈছে যে, দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ টা সমষ্টি সামৰি হ'বলগীয়া দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এহেজাৰ ২১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিত...