June 22, 2024 8:50 PM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অন...