March 31, 2025 11:23 AM
সমগ্ৰ দেশতে আজি ঈদ-উল-ফিতৰ উৎসৱ উদযাপন
পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ...