September 3, 2024 6:01 PM

গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক'ৰিড'ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য...