April 15, 2025 8:10 PM
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সংস্থাৰ অভিযোগনামা দাখিল
বিধি বলবৎকাৰী সংস্থাই নেচনেল হেৰল্ড গোচৰত ক'লা ধন বৈধকৰণৰ অভিযোগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত কংগ্ৰেছ নেতা চেম পিট্...