April 15, 2025 2:32 PM
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক বিধি বলৱতকাৰী সঞ্চালকালয়ৰ সোধাপোছা
বিধি বলৱতকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক হাৰিয়ানাৰ ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্ত সংক্ৰান্তত সোধাপোছা কৰিছে। গুৰুগ...