May 8, 2024 11:30 AM
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬৪.৫-৮ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্রায় ৬৪.৫-৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। ...