March 31, 2024 6:53 PM

যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত সমগ্ৰ বিশ্বত ইষ্টাৰ পালন

সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে। ধর্মীয় বিশ্বাস অনুসৰি ক্ৰুছবিদ্ধ কৰাৰ পাছত আজিৰ দিনটোত যিশুখ্ৰীষ্ট পুনৰ জী উঠিছিল। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা ঘৰসমূহত কালি মাজনিশা...